আপুনি শুভাকাংক্ষী বা স্থানীয় প্ৰতিনিধিও হব পাৰে

পৱিত্ৰবিবাহ সম্ভাব্য দৰা-কইনাৰ মিলন থলী। এই মঞ্চত আপুনিও যোগ দিব পাৰে। বিয়াৰ পাত্ৰ বা পাত্ৰী হিচাপে আপুনি পৱিত্ৰবিবাহত বিনামূলীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰাৰ উপৰিও আপুনি ইয়াৰ শুভাকাংক্ষী বা স্থানীয় প্ৰতিনিধি হব পাৰে।  আপোনালোকৰ নাম এই পৃষ্ঠাত প্ৰকাশ কৰা হব।

আপুনি হোমপেজৰ একেবাৰে তলত বাওঁফালে থকা Tell A Friend লিংকটোত ক্লিক কৰি আপোনাৰ বন্ধু-বান্ধৱলৈ পৱিত্ৰবিবাহ ৱেবচাইটটোৰ সংবাদ প্ৰেৰণ কৰি ইয়াৰ প্ৰসাৰ-প্ৰচাৰত সহায় কৰিব পাৰে। হোমপেজৰ বাওঁফালে থকাShare Botton ত ক্লিক কৰি Share কৰিব পাৰে আৰু হোমপেজৰ একেবাৰে তলত সোঁফালে থকা Facebook iconত ক্লিক কৰি আমাৰ পৃষ্ঠাটো  Like কৰিব পাৰে।

আপুনি জিলা-মহকুমা সদৰ বা আপোনাৰ সমীপৰ নগৰ-চহৰত শাখা খুলি ফ্ৰেঞ্চাইজীও হব পাৰে

জিলা-মহকুমা সদৰ/নগৰ-চহৰত শাখা (ফ্ৰেঞ্চাইজী) খুলি আপুনি  কোনো বিনিয়োগ নকৰাকৈ লক্ষাধিক টকা উপাৰ্জন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে মানৱীয় সেৱা আগবঢ়াই আধুনিক যুগৰ এই আন্দোলনৰ অংশীদাৰ পাৰে। আপোনালোকক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ আমি প্ৰস্তুত হৈ আছোঁ। বিতং জানিবলৈ ফোনযোগে আমাৰ সতে যোগাযোগ কৰক। <<ইয়াত ক্লিক কৰক>>

 

আপুনি পৱিত্ৰবিবাহলৈ বহুমূলীয়া পৰামৰ্শ আগবঢ়াব পাৰে

আপোনাৰ বহুমূলীয়া পৰামৰ্শই পৱিত্ৰবিবাহ আন্দোলনক সৰ্বাংগসুন্দৰ আৰু সম্পূৰ্ণ কৰি তুলিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাওঁক। পৰামৰ্শ দিবলৈ <<ইয়াত ক্লিক কৰক>>

 

পদ খালী (Apply for vacant post of BDM)

পৱিত্ৰবিবাহৰ বাবে Business Development Manager (BDM) লাগে । স্থানসমূহ–

বিতং জানিবলৈ ফোনযোগে আমাৰ সতে যোগাযোগ কৰক।

 

 

পবিত্ৰবিবাহ পৱিত্ৰবিবাহ পবিত্ৰ বিবাহ পৱিত্ৰ বিবাহ পবিত্ৰবিবাহ পৱিত্ৰবিবাহ পবিত্ৰ বিবাহ পৱিত্ৰ বিবাহ পবিত্ৰবিবাহ পৱিত্ৰবিবাহ পবিত্ৰ বিবাহ পৱিত্ৰ বিবাহ পবিত্ৰবিবাহ পৱিত্ৰবিবাহ পবিত্ৰ বিবাহ পৱিত্ৰ বিবাহ পবিত্ৰবিবাহ পৱিত্ৰবিবাহ