নিৱেদন, 

বিয়াৰ দৰা-কইনাৰ সন্ধানৰ উমৈহতীয়া মঞ্চ হিচাপে জন্ম লাভ কৰা অসমৰ প্ৰথমটো ৱেবচাইট পবিত্ৰ-বিবাহলৈ আপোনাক আদৰিছোঁ।

পৱিত্ৰ বিবাহৰ জন্ম ২০১৩ খৃষ্টাব্দৰ মে মাহত। সেই বছৰৰ ২৭ মে তাৰিখে পৱিত্ৰ বিবাহ ডট কম নামটো পঞ্জীয়ন কৰি সীমিত পৰিসৰৰ মাজত ইয়াক চলাই ৰখা হৈছিল।সম্প্ৰতি ইয়াক বৃহত্তৰ ৰাইজৰ বাবে মুকলি কৰি দি অামি আনন্দিত হৈছোঁ আৰু আপোনালোকৰ শুভাশীষ আৰু সহযোগিতা কামনা কৰিছোঁ।

মনে বিচৰা যোগ্য দৰা বা কইনা বিচাৰি উলিওৱাটো এক দুৰূহ কাম। অভিভাৱকসকলৰ বাবে ই প্ৰায়ে কষ্টসাধ্য বা অসাধ্যপ্ৰায় হৈ পৰে। পৱিত্ৰবিবাহ হল এই কামক যুগোপযোগী আৰু সহজ কৰি তোলাৰ এক বিনম্ৰ প্ৰয়াস। ই এক সময়ৰ আহ্বান, যাক আপুনি নেওচিব নোৱাৰে।

নামভৰ্তিৰ নিৰ্দেশনা

পৱিত্ৰ-বিবাহৰ HOME PAGE ৰ একেবাৰে ওপৰত থকা ৰেজিষ্টাৰ ফ্ৰি বটনটোত  ক্লিক কৰি একাদিক্ৰমে তিনি পৃষ্ঠাৰ ফৰ্মখন পূৰণ কৰক। ফৰ্মখন পূৰণৰ বাবে এটা মোবাইল নম্বৰ জৰুৰী। সেই নম্বৰটো আৰু দ্বিতীয়বাৰ আন কাৰো পঞ্জীয়ণৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি।   এটা ইমেইল আই-দি থকাটোও বাঞ্চনীয়, তেতিয়া আমাৰ দ্বাৰা প্ৰেৰিত বা-বাতৰিবোৰ নিয়মীয়াকৈ পাই থকাত সুবিধা হয়। যিসকলে ফৰ্মখন শুদ্ধ তথ্যৰে ভালদৰে পূৰণ কৰে, তেওঁলোকেহে পাত্ৰ-পাত্ৰীৰ সন্ধানত সফল হব পাৰে। প্ৰাৰ্থীয়ে ৪ খন পৰ্যন্ত নিজৰ ফটো আপলোড কৰিব পাৰে। এই ফটো লক কৰি ৰখাৰো ব্যৱস্থা আছে।  ফটো আপলোড কৰা প্ৰাৰ্থীয়ে সদায় অগ্ৰাধিকাৰ লাভ কৰে। প্ৰাৰ্থীসকলৰ তথ্য-পাতিৰ সকলো ধৰণৰ গোপনীয়তা ৰক্ষা কৰা হয়। click here for Privacy Policy

নামভৰ্তি ফৰ্ম সম্পূৰ্ণ কৰাৰ পাছত আপোনাৰ মোবাইল আৰু ই-মেইলৰ সত্যতা প্ৰমাণ কৰিবলৈ এটা পাছৱৰ্ড পঠোৱা হব। এই পাছৱৰ্ডটো আমাৰ ৱেবচাইটৰ নিৰ্দিষ্ট ঠাইত ভৰালেহে আপোনাৰ নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হব। তাৰ এঘণ্টাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত তথ্য-পাতি পৰীক্ষা কৰি আপোনাৰ প্ৰোফাইল ইণ্টাৰনেটত সক্ৰিয় কৰি দিয়া হব।

পৱিত্ৰ-বিবাহৰ ধেমালিৰ ঠাই নহয়, ই বিবাহ প্ৰত্যাশী প্ৰাপ্তবয়স্ক ডেকা-গাভৰু বা তেওঁলোকৰ অভিভাৱকৰ পাত্ৰ-পাত্ৰী সন্ধানৰ উমৈহতীয়া মঞ্চহে। ইয়াত নামভৰ্তি কৰা প্ৰতিজন সদস্যই ইয়াৰ নিয়ম-নীতি মানি চলিবলৈ বাধ্য। প্ৰতিজনৰে তথ্য-পাতিবোৰ আমি পুংখানুপুংখভাৱে পৰীক্ষা কৰোঁ। তথ্য-পাতিৰ অমিল থকা দেখিলে অনুসন্ধান কৰোঁ। সন্দেহজনক প্ৰোফাইল কাটি পেলোৱা হয়। মিছা তথ্যৰে জালিয়াতি কৰিব খোজা বা বিবাহিত হৈও অবিবাহিত বুলি নামভৰ্তি কৰাজনক আমি আমাৰ সদস্যসকলৰ স্বাৰ্থতে ধৰা পেলামেই। ফলত তেওঁলোক আইনগত সমস্যাৰ মুখামুখি হব লাগিব।

 

About PabitraBibah

PabitraBibah.com is an idea to bring together million single hearts on one platform to find their desired partner for lifetime. It is also very simple to go through the procedure of finding your life partner with PabitraBibah, you just have to give us your profile and simply describe your desired partner profile. And you rest in peace because rest all is our job. We offer a superior matchmaking experience for prospective brides and grooms to meet and communicate with each other by expanding the opportunities available to meet potential life partners and build fulfilling relationships.

How to become member

It is very simple to become member. First you register yourself as a free member with limited benefit. Then you can choose one of our paid membership package as per your choice.

Register with us and post your profile !. Or Email us or give us a call (at 8876512146 ) if you have any questions.
Why to become paid member

Paid memberships offer you various benefits

  • You can send personal messages to members and express yourself in your own words
  • You can view contact details (Mobile Number, Complete Address) of the members
  • You have the advantage to send SMS to members
  • You can chat online with members
  • We minimize your time and effort to find a life partner
  • We maximize the chances of success by providing relevant information about individuals and retain genuine matrimonial records and provide reliable information.
  • We provide a very safe and secure service and maintain a complete confidentiality of all our members at all times.
  • We provide a secure on-line payment processing option or by other means. We try to offer a complete solution for initiating various searches through different mediums with a personal touch or e-matches through Internet profiles. There is always someone to try and assist you over the telephone and provide an added support.